ধেমাজিত ধৰ্মঘট কাৰ্যসূচী

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ২৮ ডিচেম্বৰঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি আৰম্ভ হৈছে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আৰু অখিল গগৈ সহ ‘কা’ বিৰোধী সকলো কাৰাবন্দীক মুক্তিৰ দাবীত এই অৱস্থান ধৰ্মঘট।

সংগঠনটিৰ স্পষ্ট কথা, যেতিয়ালৈকে কা বাতিল নকৰে আৰু অখিল গগৈক বিনাচৰ্তে মুক্তি নিদিয়ে তেতিয়ালৈকে অব্যহত থাকিব আন্দোলন।পৰৱৰ্ত্তী সময়ত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here