গুৱাহাটী প্ৰেছ ক্লাবত ‘বাৰ্থ অৱ এ নেশ্যন’ প্ৰদৰ্শনৰ আয়োজন

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২ জানুৱাৰীঃ বিশ্ব চলচ্চিত্ৰৰ এক উল্লেখযোগ্য ছবি ‘বাৰ্থ অৱ এ নেশ্যন’ শুক্ৰবাৰে (৩ জানুৱাৰী) ৪ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদৰ্শন কৰা হ’ব।

১৯১৫ চনত নিৰ্মিত কলা -বগা ছবিখনৰ পৰিচালনা গ্ৰিফিথৰ।

সংগীত যোচেফ ব্লেইলৰ।ছবিখনত অভিনয় কৰিছে লিলেন গীস,হেনৰী বি কে ধৰি আন বহুজনে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here