লংকাৰ বামুনগাঁৱত বিভিন্ন দল সংগঠনৰ ‘কা’ বিৰোধী বজ্ৰনিনাদ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু ৯ জানুৱাৰীঃ লংকাৰ বামুনগাঁৱত বিভিন্ন দল সংগঠনৰ ‘কা’ বিৰোধী বজ্ৰনিনাদ গুঞ্জৰিত হৈ আছে।

নাগৰিকত্ব আইন বিৰোধী যৌথ মঞ্চ, লংকা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজিও চলিছে প্ৰতিবাদী কাৰ্যসূচী।

আজিৰ এই কাৰ্যসূচীত প্ৰতিবাদী গীত গায় নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰতিবাদীসকলে।

প্ৰতিবাদী কাৰ্যসূচীত কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here