মানালি বুকুত অৰ্ধ উলংগ প্ৰতিবাদ আটাছুৰ

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ১০ জানুৱাৰীঃ ‘কা’ প্ৰত্যাহাৰ আৰু তাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আটাছুৰ এটা সঁজাতি দলে যুটীয়া সম্পাদক মনোজ গগৈৰ নেতৃত্বত সূদূৰ প্ৰকৃতি অপৰূপ সৌন্দৰ্যৰ জীয়াৰী মানালি বুকুত অৰ্ধ উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰে৷

প্ৰতিবাদৰ সময়ত কা আমি নামানো, আটাছু জিন্দাবাদ, তাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক আদি দাবীৰে আকাশ বতাহ কঁপাই তোলে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here