ৰক্ত পৰীক্ষা শিবিৰ সম্পন্ন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১১ জানুৱাৰীঃ নৱবর্ষ উপলক্ষে মহানগৰৰ সাংবাদিক সকলৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এটি স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।

শিবিৰত ৬০ গৰাকী সাংবাদিকৰ তেজৰ নমুনা সংগ্ৰহ কৰি থাইৰড, হিমগ্লবিন , ব্লাড চুগাৰ, ইউৰিক এছিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অংশগ্ৰহণকাৰীসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰে এম এম চি হস্পিটেলৰ স্বাস্থ্য কর্মী খনিন ডেকা আৰু নয়ন মণি পাঠকে।

ৰক্ত পৰীক্ষাৰ প্ৰতিবেদনসমূহ সোমবাৰে আবেলি প্ৰেছ ক্লাবৰ কাৰ্যলয়ত পোৱা যাব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here