ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, হাজোৰ পৰা কিশোৰ ডেকা, ২০ জানুৱাৰীঃ ৰামদিয়া শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱ ১৮ জানুৱাৰীত শুভাৰম্ভ কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচীৰে।

এই উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ মিডিয়া কোষৰ সহ-আহ্বায়ক নিবাৰণ লহকৰে‌।

ইয়াৰ পিছতে অনুষ্ঠিত প্ৰীতি সন্মিলনত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, এটিডিচিৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা,শিশু শিক্ষা সমিতি, অসমৰ সচিব প্ৰধান সহ ৰজত কমল বঁটা প্ৰাপ্ত ৰামদিয়াৰ স্থানীয় যুৱ প্ৰতিভা দ্বীপজ্যোতি চৌধুৰীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here