আজি ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৫ জানুৱাৰীঃ আজি আবেলি ৪:০০ বজাত হেঙেৰাবাৰী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৰাজ্যিক কাৰ্যালয়ত প্ৰবেশ কৰি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ দায়িত্ব গ্ৰহণ কৰিব l
আজি দায়িত্ব গ্ৰহণৰ সময়ত মন্ত্ৰী-বিধায়ক আৰু ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব৷

সেয়েহে উক্ত সময়চোৱাত বৈদ্যুতিন/ছপা সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ উপস্থিতি কামনা কৰিছে সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here