হোজাই সদৰ শংকৰদেৱ নগৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৫ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে হোজাই জিলা সদৰ শংকৰদেৱ নগৰত আগন্তোক ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপনকলৈ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি ।

জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ গাতে লাগি থকা কাছাৰী ময়দানক জিলা প্ৰশাসনে গণৰাজ্য দিৱস উদযাপনৰ বাবে সজাই পৰাই তোলা পৰিলাক্ষিত হৈছে।

গণৰাজ্য দিৱসত কূটাঘাটকাৰীয়ে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাক লৈ কাছাৰী ময়দানত বৰ্তমান সষ্টম আৰক্ষী প্ৰশাসন।

আনহাতে কাছাৰী ময়দানত গণৰাজ্য দিৱসক লৈ জিলা আৰক্ষীৰ লগতে জিলাখনৰ কেইবাখনো বিদ্যালয়,মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী বৰ্তমান ব্যস্ত প্ৰেৰেডৰ অনুশীলনত ।

কোনো যাতে খূদ ৰখি যাৱ নোৱাৰে তাৰ বাবে জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তই নিজে কাছাৰী ময়দানত উপস্হিত হৈ পেৰেদৰ অনুশীলন আৰু নিৰাপত্তা দিশটো তদাৰক কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here