অসমৰ যুৱক মিনহাজ উদ্দিনক হত্যাৰ অপচেষ্টা কৰা চৌদী আৰবীয়ান কফিল (মালিক)ক গ্ৰেপ্তাৰ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১ ফেব্ৰুৱাৰীঃ প্ৰাগজ্যোতিষ বাৰ্তাৰ দৰ্শকসকলক দিব বিচাৰিছো এটা ডাঙৰ খবৰ। চৌদী আৰৱত অসমৰ হোজাই জিলাৰ মোৰাঝাৰৰ নুৰ নগৰৰ যুৱক মিনহাজ উদ্দিনক পাঁচ দিন পূৰ্বে চৌদী আৰবৰ ৰিয়াদ আলখাৰ্জত নিজ কফিলে (মালিকে) চোকা অস্ত্ৰৰে বৰ্বৰভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা চৌদী আৰবীয়ান দোষীক কৰায়ত্ব কৰিবলৈ সফল হয় চৌদী আৰবীয়ান পুলিচ।

লংকাৰ জনসাধাৰণে ধন্যবাদ জনাইছে চৌদী আৰবীয়ান পুলিচ-প্ৰশাসন তথা বিষয়াসকলক।

দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি ভুক্তভোগী মিনহাজ উদ্দিনক ন্যায় প্ৰদান কৰাব বুলিও আমি আশাবাদী চৌদী আৰবীয়ান ৰজা তথা পুলিচ প্ৰশাসনৰ ওপৰত।

অপৰাধী আৰৱীয়ান কফিলে (মালিক)জন

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here