গোলাম মোৰটাজা আহমেদ (মিছবা দা)ৰ বিয়োগঃ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ শোক প্ৰকাশ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক, অসম আন্দোলনৰ অন্যতম নেতা, পূৰ্বাঞ্চল লোকপৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক, সমাজসেৱক, বাতৰি কাকতৰ সম্পাদক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সন্মিলনৰ মুখ্য উপদেষ্টা গোলাম মোৰটাজা আহমেদ (মিছবা দা)ই আজি ইহলীলা সম্বৰণ কৰে৷

তেখেতৰ বিদেহী আত্মই যাতে বৈকুণ্ঠত বাস কৰে তাৰ বাবে প্ৰাক্তন সতীৰ্থ সন্মিলনে একমিনিট মৌন অৱলম্বন কৰি নেদেখা জনৰ ওচৰত প্ৰৰ্থনা জনাই সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱ জ্যোতি মৰল সম্পাদক মনোজ দাস আৰু কণক তালুদাৰে মৃত পৰিয়াল বৰ্গ সমবেদনা জনাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here