লামডিং সংৰক্ষিত বনাঞ্চলত বন ধ্বংসকাৰী গ্ৰেপ্তাৰ

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১২ ফেব্ৰুৱাৰীঃ লামডিং সংৰক্ষিত বনাঞ্চলত গছ কাটি থকা অৱস্হাত ২ বন ধ্বংসকাৰী গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ লংকাৰ উদালীৰ তাজউদ্দিন আৰু নেকৰুল ইছলাম।

লংকাজান উপ-বনখণ্ডৰ বন কৰ্মীয়ে নিশা হাতেলোটে কাৰায়ত্ব কৰে দুয়োকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here