প্ৰয়াত সঞ্জীৱ ফুকনৰ বাসগৃহত গৈ সমবেদনা জনালে মন্ত্ৰী কেশৱ মহন্তই

0
22

প্ৰগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা,১৭ ফেব্ৰুৱাৰীঃ আজি শিৱসাগৰৰ সদ্যপ্ৰয়াত অগপ নেতা সঞ্জীৱ ফুকনৰ বাসগৃহত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here