লামডিং নখুটিত বন কৰ্মীৰ দ্বাৰা দৰদাম কৰি ধন সংগ্ৰহ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৮ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ন খুটি বন বিভাগৰ কাৰ্যালয়ত বৈধ্য নথি-পত্ৰ থকা, পথ নিৰ্মাণৰ বাবে শিল বালি কঢ়িয়াই অনা গাড়ীৰ পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি আহিছে।

ৰাইজৰ বহুদিনীয়া অভিযোগ অনুসৰি যোৱা নিশা ষ্টীং অপাৰেশ্যনত কেমেৰাত বন্দী হয় ন-খুটি বন বিভাগৰ কাৰ্যালয়ৰ পাৰি টেৰং নামৰ বন কৰ্মীজনে মুকলিকৈ ধন সংগ্ৰহ কৰাৰ দৃশ্য।

যি সময়ত বৰ্তমানৰ বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেনে সময়তেই যেন কিছুমান কৰ্মচাৰীয়ে বহু সময়ত চৰকাৰৰ এনে নীতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here