হৰিশিঙা বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বাপন চন্দ্ৰ ৰাভাৰ মনোনয়ন পত্ৰ দাখিল

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ১৯ মাৰ্চঃ বি.টি.চি. পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আজি হৰিশিঙা বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বাপন চন্দ্ৰ ৰাভাই সহস্ৰাধিক সমষ্টিবাসী ৰাইজৰ সহযোগত একলগ হৈ ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here