প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৫ মেঃ আজি পাথৰকোৱাৰীস্থিত “আমাৰ ঘৰ” বৃদ্ধাবাস আৰু মহিলা নিবাসৰ আৱাসীসকলৰ মাজত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওঝাই যোগান ধৰা খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰা হয়।
সাংসদগৰাকীৰ অনুৰোধ অনুযায়ী ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকা আৰু জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিজয় পাঠকে সামগ্ৰীসমূহ প্ৰদান কৰে৷
Facebook Comments