প্ৰাগজ্যোতিষ বাৰ্তা, নগাঁৱৰ পৰা শান্তনু কুমাৰ শৰ্মা, ৫ জুনঃ আজি ৫ জুন বিশ্ব পৰিবেশ দিৱস।
কঠীয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত বিভাগৰ ফালৰ পৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে শতাধিক গছ পুলি ৰাইজৰ মাজত বিতৰণ কৰা হয়।
অৱশ্যে পৰিতাপৰ বিষয় যে বিতৰণৰ সময়ত ৰাইজৰ মাজত সামাজিক দূৰত্ব দেখা পোৱা নগ’ল।
Facebook Comments