নলবাৰীত বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপণ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে নলবাৰী উন্নয়ন প্ৰাধীকৰণৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে গুৰুজী আদ্য শৰ্মা উদ্যানত গছপুলি ৰোপণ কৰা হয়৷

আজিৰ এই দিনটোতে উক্ত উদ্যানৰ প্ৰতিপালনৰ দায়িত্ব নলবাৰী উন্নয়ন প্ৰাধীকৰণ কতৃপক্ষই গ্ৰহণ কৰে।

এই কাৰ্যসূচীত নলবাৰী উন্নয়ন আয়ুক্ত কৃষ্ণা বৰুৱাৰ লগতে নলবাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ বনদ্বীপ ডেকা উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here