শংকৰদেৱ শিশু নিকেতন,আঙ্গাৰধোৱাৰ ১০০ শতাংশ উত্তীৰ্ণ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৩ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সা জিলাৰ শংকৰদেৱ শিশু নিকেতন, আঙ্গাৰধোৱাৰ ১০০‌ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণই উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

মুঠ চাৰিজন পৰিক্ষাৰ্থীৰ চাৰিওজনে উত্তীৰ্ণ হয় সুখ্যাতিৰে।

এজন ডিষ্টিংচন, এজন ষ্টাৰসহ দুজনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

ইয়াৰোপৰি মুঠ লেটাৰৰ সংখ্যা দহ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here