লংকাৰ ভালুকমাৰী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংঙ্কৰ পথ দুৰ্ঘটনা

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৫ জুনঃ কোৱাৰেণ্টটাইন চেণ্টাৰলৈ লোক কঢ়িয়াই নিয়া তীব্ৰবেগী আল্ট্ৰা বাছৰ খুণ্ডাত ১৪ জুনত থিতাতে নিহত এগৰাকী মহিলা।

মহিলা গৰাকীৰ বয়স অনুমানিক ৭০ বছৰ। নিহত মহিলা গৰাকীৰ নাম সুৰদনী দাস।

প্ৰাতঃভ্ৰমণ কৰি পথ অতিক্ৰম কৰিব লওতেই সংঘটিত হয় এই মৰ্মস্তুদ দুৰ্ঘটনাটো ।

দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনে লামডিং ৰে’ল ষ্টেচন পৰা ডিফু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা লোক কঢ়িয়াই লৈ গৈ আছিল।

দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ এ এছ-০৯ এ চি-২৪৯৮

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here