ৰাভা দিৱসৰ লগত সংগতি ৰাখি ই-আলোচনী প্ৰকাশ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২২ জুনঃ বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি হদয় আলোচনীয়ে এখন ই-আলোচনী প্ৰকাশ কৰে।

হদয় আলোচনীৰ সম্পাদক চফিখুৰ ৰহমানৰ নেতৃত্বত আৰু হদয় আলোচনীৰ ব্যৱস্থাপক পবিত্ৰ বৰদলৈৰ সহযোগত অসমৰ বিভিন্ন প্ৰান্তৰ লেখক-লেখিকাসকলে হদয় আলোচনীলৈ লিখনি প্ৰেৰণ কৰে।

সেইসকলৰ ভিতৰত বিশিষ্ট লেখক ক্ৰমে অজয় বৰুৱা, পল্লৱী বৰুৱা, ফখৰুদ্দিন আহমেদ, দীনবন্ধু কলিতা, ৰমেন ডেকা আদিকে ধৰি উদীয়মান লেখক ক্ৰমে ধনবৰ ভূঞা, হষজিত কলিতা, নীলাঞ্জানা পাঠক, পংকজ ৰাজ, কৌশিক কলিতা আদিকে ধৰি বহুতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি বিষ্ণুৰাভালৈ গভীৰ শ্ৰদ্ধা জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here