প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২২ জুনঃ ফেচবুক গোটৰ ফালৰ পৰা এখন প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
উক্ত প্ৰতিযোগিতাখনক নন্দন পৰাগ কলিতাক “শ্ৰেষ্ঠ প্ৰতিযোগী” হিচাপে ঘোষণা কৰা হয়।
প্ৰতিযোগিতাখনৰ গুৰি ধৰিছিল গোটৰ এডমিন প্ৰনৱ কলিতা, ধনজিৎ নাথ,পাৰ্থ প্ৰতিম কলিতা,নীলম কলিতা আৰু গোটৰ মডাৰেটৰ সবিতা শৰ্মাই।
অৱশ্যে প্ৰতিযোগিতাখনৰ বেছি প্ৰচাৰ নোহোৱাৰ বাবে অতি কম পৰিমাণৰ লিখনি গ্ৰহণ কৰিবলগীয়া হয়।
লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে গোটৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
Facebook Comments