শিৱসাগৰত পুনৰ যুগ্ম-অযুগ্ম নীতি বলৱৎ

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৮ জুলাইঃ শিৱসাগৰ জিলাৰ সকলো পৌৰসভা এলেকাত দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহনসমূহ চলাচলৰ ক্ষেত্ৰত ৮ জুলাই বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা পুনৰ যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰা হৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here