লংকা আৰক্ষীৰ জালত দুই প্ৰবঞ্চক সহ ১ কিঃগ্ৰাঃ সোণৰ ২ খন বিস্কুট জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ জুলাইঃ পশ্চিম ডাৱলংৰ ৰফিক উদ্দিনৰ ঘৰত বেজালি কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হ’ল দুই প্ৰৱঞ্চক ক্ৰমে হিফজুৰ ৰহমান আৰু ইদ্ৰিছ আলী।

গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে চলাইছিল অভিযান।

বেজালি কাৰ্যত ব্যবহৃত দুট কলহ সহ এখন ছুইফট‌ ডিজেয়াৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

জব্দ কৰা চুইফ্ট ডিজেয়াৰ গাড়ী খনৰ নম্বৰ এ এছ-০২ এম ১৬৪৬।

ঘটনাৰ সংক্ৰান্তত লংকা আৰক্ষীৰ তদন্ত অব্যাহত৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here