প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৬ জুলাইঃ ১৪ জুলাইত বিজেপিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল বহুবল্কি বিধায়ক শীলাদিত্য দেৱৰ।
কিন্তু ক্ষমতাৰ বাবেই এইবোৰ নাটক ৰচা বিধায়ক শীলাদিত্যই হঠাতে ৰং সলাইছে ।
সাময়িকভাৱে স্থগিত ৰাখিছে বিজেপিৰ পৰা অৱসৰ গ্ৰহণ।
৭ দিনৰ বাবে সময় ল’লে অৱসৰ গ্ৰহণৰ হেতু।
দিল্লীৰ এগৰাকী নেতাৰ বুজনিত হেনো স্থগিত ৰাখিছে বিজেপিৰ পৰা অৱসৰ গ্ৰহণ।
Facebook Comments