নলবাৰীৰ নীলপুৰত এজনৰ ক’ভিড ১৯ পজিটিভ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২০ জুলাইঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নীলপুৰ গাঁৱৰ হৰিশ চৌধুৰী (৪২) নামৰ এজন যুৱক ক’ভিড-১৯ পজিটিভ।

যুৱকজন গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল।

আজিৰ পৰা ছয় দিন আগত যুৱকজনৰ swab পৰীক্ষা কৰিছিল।

আজি তেওঁৰ পজিটিভ অহাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, খাটিকুছিত ভৰ্ত্তি কৰে। অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here