অসম প্ৰদেশ কংগ্ৰেছৰ আৰ টি আই বিভাগত কমল কুমাৰ মেধিক অধ্যক্ষ হিচাবে নিযুক্তি

প্ৰাগজ্যোতিষ বাৰ্তা, বৰপেটাৰ পৰা মফিদুল হক, ২৫ জুলাইঃ অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰ টি আই বিভাগৰ অধ্যক্ষ হিচাপে মুখপাত্ৰ কমল মেধিক নিযুক্তি দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here