চৰাইদেউত চলন্ত গাড়ীত অগ্নি

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ পৰা অমৃত কুমাৰ শৰ্মা, ১ ছেপ্টেম্বৰঃ বৰহাটৰ হৈ সোণাৰি অভিমুখে যোৱা ঐতিহাসিক ধোদৰ আলিত AS-05-0195 নম্বৰ এখন গাড়ী চলন্ত অৱস্থাত পথত দাউদাউকৈ জুই জ্বলি যোৱা পৰিলক্ষিত হৈছে।

ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here