প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১ ছেপ্টেম্বৰঃ ছাত্ৰীবাৰী এবিজি প্ৰাইম পাৰ্কত প্ৰভাত সিং লহকৰৰ সভাপতিত্বত ২৯ আগষ্টত অনুষ্ঠিত সভাত ২৮ নং ৱাৰ্ড উন্নয়ন সমিতি গঠন হয় সভাত মুখ্যঅতিথি হিচাবে উপস্থিত থাকে৷
সভাত প্ৰভাত সিং লহকৰক সভাপতি পদত দায়ত্ব অৰ্পণ কৰে, আৰু কাৰ্য্যকৰী সভাপতি প্ৰদীপ হাজৰিকা উপসভাপতি ডাঃ দিলীপ চন্দ্ৰ দাস জীতেন্দ্ৰ কুমাৰ গুপ্তা কিশোৰ মিত্ৰ সাধাৰণ সম্পাদক উৎপল দাস লগতে সহকাৰী সম্পাদক মুনমুন গোস্বামী বাবুল ৰাজবংশী আৰু সঞ্জীৱ কলিতা যুতীয়া সম্পাদক কল্যাণ দাস অজন্তা বৰগোহাই শ্বাস্বতী দে প্ৰচাৰ সম্পাদক হিচাবে ববী ডেকা মুনীন্দ্ৰ লহকৰ সুব্ৰজ্যোতি সৰকাৰ মানস মজুমদাৰ ললিত চৌধুৰী অনিতা মেধি ধনভৰালী নৰেশ শৰ্মা সাংগাঠনিক সম্পাদক ভৱদাস লোহিত ঠাকুৰীয়া ৰেনু বৰুৱা কুশুম লেখাৰু কামিনী সিং জেউতি লহকৰ প্ৰেম বড়ো ৰ লগতে সভাত উপস্হিত থকা সকলোকে কাৰ্যানিৰ্বাহক সদস্য হিচাবে অন্তৰ্ভুক্ত কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় আগন্তুক সভাত এই সমিতি খনক পূৰ্ণাংগ ৰুপ দিয়া হ’ব বুলিও সিদ্ধান্ত লোৱা হয় সভাৰ সম্পাদক উৎপল দাস আৰু সহকাৰী সম্পাদক বাবুল ৰাজবংশী প্ৰেছবিজ্ঞপ্তি যোগে জনাইছে৷