দুৰ্নীতি বিৰোধী যুৱ শক্তি নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত প্ৰাণজিৎ চক্ৰৱৰ্তী

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৮ ছেপ্টেম্বৰঃ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতা, তথা সমাজৰ উন্নতিৰ হকে কাম কৰি নিজৰ পৰিচয় দাঙি ধৰা, নলবাৰী জিলাৰ বৰনদী গাঁৱৰ জাতীয়তাবাদী যুৱ নেতা প্ৰাণজিৎ চক্ৰবৰ্তীক (Anti Corruption youth power, Nalbari,Assam) দুৰ্নীতি বিৰোধী যুব শক্তি, অসম,নলবাৰী জিলাৰ “সাংগঠনিক সম্পাদকৰ” পদৰ দায়িত্বত নিযুক্তি প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here