প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী,১৯ ছেপ্টেম্বৰঃ যোৱা ১৮ ছেপ্টেম্বৰত চানমাৰিৰ সংগীত সত্র ভৱনত সাহিত্য অনুসন্ধানী গোটৰ তৃতীয় বাৰ্ষিকী উপলক্ষত মুক্তিযোদ্ধা ৰাজেন চন্দ্ৰ দত্তৰ সোঁৱৰণত ২০২০ চনৰ সমাজসেৱী বঁটা প্রদান কৰা হয় অসম সত্র মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তক।
Facebook Comments