নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৪ ছেপ্টেম্বৰ ২০ঃ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নলবাৰী চহৰতো অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ২৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

জনস্বাৰ্থ বিৰোধী নীতিৰ প্ৰতিবাদ আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ দাবীত বিভিন্ন শ্ল’গানৰে চহৰখন উত্তাল কৰি তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here