প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা,২৮ ছেপ্টেম্বৰ ২০ঃ অগপ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্য্যালয়ত শিৱসাগৰ বিধান পৰিষদৰ কাৰ্যনিৰ্ব্বাহক বৈঠক অনুষ্ঠিত হয়৷
অহা ১৪ অক্টোবৰত অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদ্যাপনৰ লগতে শিৱসাগৰ জিলাৰ ভিত্তিত দলটোৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ গঠনৰ উপৰিও সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ৷
আনহাতে একেখন কাৰ্যনিৰ্ব্বাহক সভাতেই আগন্তুক উপ নিৰ্বাচনত শিৱসাগৰ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীৰে পৌৰসভা নিৰ্বাচনৰ বাবে মিত্ৰ দল অগপ সাজু হৈছে বুলি জানিবলৈ দিয়ে অসম গণ পৰিষদৰ জিলা সম্পাদক ঘন গগৈ আৰু অসম মহিলা পৰিষদৰ নেত্ৰী ভাৰতী শইকীয়াই৷
Facebook Comments