ধৰ্মপ্ৰাণ মহিলা ধনেশ্বৰী ঠাকুৰীয়াৰ বিয়োগ

0
71

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৬ অক্টোবৰ ২০ঃ নলবাৰীৰ জিলাৰ টিহুৰ ভোজকুছিৰ,ধৰ্মপ্ৰাণ সৰবহী মহিলা ধনেশ্বৰী ঠাকুৰীয়াৰ বাৰ্ধক্যজনিত কাৰণত ৪ অক্টোবৰ দেওবাৰে দিনৰ ২.৫৬ বজাত ৯০ বছৰ বয়সত জাগীৰোডত মৃত্যু হয়।

মৃত্যুৰ সময়ত দুজন পুত্ৰ দ্বিজেন ঠাকুৰীয়া আৰু নৱ ঠাকুৰীয়া(সাংবাদিক)-বোৱাৰী পাঁচ গৰাকী, জী জোঁৱাইৰ নাতি-নাতিনীকে ধৰি অনেক আত্মীয়ক এৰি থৈ যায়।

ইপিনে ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে নিজ গাঁও ভোজকুছি আৰু জাগীৰোড অঞ্চলটো শোকৰ ছাঁ পৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here