নলবাৰী বৰভাগ মণ্ডলত বিজেপিৰ মহিলা মৰ্চাৰ সাংগঠনিক সভা

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৯ অক্টোবৰ ২০ঃ কমাৰকুছিত বিজেপিৰ মণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিজেপিৰ সাংগঠনিক সভাত বিভিন্ন বিষয়বাবদ নতুনকৈ নিযুক্ত হোৱা মহিলাসকল উপস্থিত থাকে।

বিজেপিৰ বৰভাগ মণ্ডলৰ মহিলা মৰ্চাৰ নৱনিৰ্বাচিত সভানেত্ৰী কৰবী শৰ্মাই আঁতধৰা অনুষ্ঠানটোত ৭ খন পঞ্চায়তৰ মহিলা মৰ্চাৰ বিষয়ববীয়াৰ লগতে সদস্যাসকল উপস্থিত থাকে।

বিজেপিৰ মণ্ডল সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৪৯/৩ নং পঞ্চায়তৰ সভাপতিৰ লগতে জিলা পৰিষদৰ সদস্যা আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here