লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক দুই কাঠ সৰ্বৰাহকাৰীক

0
12

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১২ অক্টোবৰ ২০ঃ লংকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত লংকাজানত বন কৰ্মীৰ অভিযান, আটক হয় দুই কাঠ সৰ্বৰাহকাৰী।

আটকাধীন ক্ৰমে আব্দুল মালেক আৰু জুলফিকাৰ আলী।

দুয়োৰে ঘৰ নতুন বজাৰত বুলি জানিব পৰা গৈছে।

বনাঞ্চলত চোৰাংকৈ গছ কটাৰ কথা স্বীকাৰ কতে দুই কাঠ সৰ্বৰাহকাৰীয়ে।

দীৰ্ঘদিন ধৰি বন ধ্বংসযজ্ঞ কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল আব্দুল আৰু জুলফিকাৰে।

বৰ্তমান দুই কাঠ সৰ্বৰাহকাৰীক লংকা আঞ্চলিক বন বিভাগৰ জিম্মাত ৰাখি জেৰা চলাই আছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here