লংকাত উদ্ধাৰ অজগৰ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ১৪ অক্টোবৰ ২০ঃ লংকাৰ এন-এৰিয়াৰ শাৰদা পল্লীৰ গুদ্দু মজুমদাৰৰ ঘৰৰ পৰা আজি উদ্ধাৰ হয় এটা অজগৰ।

অজগৰটো ৫ ৰ পৰা ৬ ফূট দীঘল বুলি জানিব পৰা গৈছে।

লংকা আঞ্চলিক বনবিভাগক খৱৰ দিয়াত, বনবিভাগে উদ্ধাৰ কৰে অজগৰটো।

বৰ্তমান অজগৰটোৰ স্বাস্থ্য পৰীক্ষা কৰি লামডিং সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হ’ব বুলি লংকা আঞ্চলিক বন বিষয়াই জানিবলৈ দিয়ে আমাৰ লংকাৰ সংবাদ দাতা ভূপেন্দৰ সিং বাবুক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here