ধমধমাত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা,১৪ অক্টোবৰ ২০ঃ অসম সাহিত্য সভাৰ শতদল স্বীকৃতিপ্ৰাপ্ত শাখা সাহিত্য সভা ধমধমা আঞ্চলিক শাখা সাহিত্য সভাই ধমধমাৰ শাখা কাৰ্যালয়ত আজি ১৫৬ সংখ্যক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্মদিন পালন কৰে।

ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি অনন্ত মোহন দাসে বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত মাল্যাৰ্পণ কৰে খনীন্দ্ৰ চন্দ্ৰ নাথে।

অনুষ্ঠানটোত শাখা সাহিত্য সভাৰ সম্পাদক অংকুৰ কুমাৰ দাস, প্ৰাক্তন সম্পাদক ভুৱনেশ্বৰ বৈশ্য, সহকাৰী সম্পাদক কুলদীপ গৌতম শৰ্মাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here