বৃহস্পতিবাৰে বন্ধ থাকিল ধমধমা-ৰঙিয়া সংযোগী গড়কাপ্তানী পথ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৫ অক্টোবৰ ২০ঃ যোৱাটো বানপানীৰ ফলত ধমধমা-ৰঙিয়া সংযোগী গড়কাপ্তানী পথৰ কিছু অংশ যাতায়তৰ বাবে সুচল হৈ নাছিল।

আজি গড়কাপ্তানী বিভাগে যাতায়াতৰ বাবে সুচল কৰাৰ বাবে মেৰামতি কৰে।

চটাইবাৰীৰ দলংখনৰ ওপৰেৰে দুচকীয়া বাহন কোনোমতেহে আহিছিল।

দলংখনৰ কাষৰ সেই অংশখিনিৰ উপৰিও আন এঠাইত মেৰামতি কৰি সুচল কৰে গড়কাপ্তানী বিভাগে।

যাৰ ফলত যিকোনোধৰণৰ বাহনৰ অহা-যোৱা বন্ধ ৰাখে আজি বৃহস্পতিবাৰৰ দিনটোত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here