শিৱসাগৰ জিলা আমগুৰি হালোৱাটিংত উত্তপ্ত পৰিস্থিতিঃ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৬ অক্টোবৰ ২০ঃ আমগুৰিৰ হালোৱাটিংত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগৰ তীব্ৰ অভিযানকলৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতি।

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সমীৰণ দুৱৰাক অপদস্থ। সাংবাদিকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ একাংশ উন্মাদ লোকৰ।

হালোৱাটিং কপাহতলি মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা।

অভিযানত উদ্ধাৰ হৈছে বহু সংখ্যক অবৈধ সুৰা।

হাতে হাতে লাঠি-দা লৈ আৰক্ষী-আৱকাৰী বিভাগৰ লোকক আক্ৰমণৰ চেষ্টা একাংশ উদণ্ড লোকৰ।

বৰ্তমানো অঞ্চলত উত্তেজনাময় পৰিস্থিতি বিৰাজমান।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here