যোৰহাট জিলাত অনুষ্ঠিত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্ব্বাহক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৭ অক্টোবৰ ২০ঃ মুখ্যমন্ত্ৰীৰ উপৰিও চাহ মৰ্চাৰ বিশেষ সভাত পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজেপি আই.টি. চেলৰ পলাশ প্ৰতীম খাউণ্ডৰ লগতে যোৰহাট জিলা চাহ মৰ্চাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here