হোজাইৰ পশ্চিম যমুনা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২১ অক্টোবৰ ২০ঃ হোজাইৰ পশ্চিম যমুনা গাঁৱত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড৷

স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক।

নুৰ মিঞা নামৰ এজন ব্যক্তিয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নী ৰেশমিনা বেগক।

নুৰ মিঞাই পত্নীক হত্যা কৰি পলায়ন কৰিবলৈ চেষ্টা চলাই যদিও স্থানীয় ৰাইজে ধৰি গছত বান্ধি উত্তম-মাধ্যম-সোধাই।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ঘটনাস্থলীত উপস্থিত হৈছে মোৰাঝাৰ আৰক্ষী৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here