প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৭ নবেম্বৰ ২০ঃ এখন ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত লংকা-হোজাই সংযোগী পথত সংঘটিত হয় এক শোকবহ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰাজু বৰ্মন নামৰ বাইক আৰোহীজন।
অন্যহাতে, ভৃগু দাস নামৰ আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
তদুপৰি বাইকখনত আছিল সবুজ দাস, ভিগো দাস, ৰাজু বৰ্মন আৰু শেখৰ দাস ।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ: এএছ-০১ ইউ ১৫১১।
Facebook Comments