প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৭ নবেম্বৰ ২০ঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা ৰূপায়ণ কৰে এক বিক্ষোভ কাৰ্যসূচী।
প্ৰতিবাদী কাৰ্য্যসূচীৰ জড়িয়তে প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক অচিৰেই তেওঁৰ মন্ত্ৰীত্ব পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছে।
Facebook Comments