লংকাৰ কাকীত বনবিভাগৰ অভিযান

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১০ নৱেম্বৰ ২০ঃ লংকাৰ কাকীত বনবিভাগে ৯ অক্টোবৰত চলোৱা এক অভিযানত কাকী আমতলাৰ পৰা জব্দ হয় এটা অবৈধ কাঠ ফলা মিল সহ বহু মূল্যৱান কাঠ।

লংকা, নখুটী আৰু কাকী বনবিভাগে একেলগে চলাইছিল এই অভিযান।

অভিযান কালত কোনো ব্যক্তিক আটক কৰিব নোৱাৰিলে বন বিভাগে।

পিছত জব্দকৃত কাঠ আৰু কাঠ ফলা মেচিনটো কাকী আঞ্চলিক বন কাৰ্য্যালয়লৈ আহে বন কৰ্মীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here