পোহাৰিলতা পাতৰ জড়িয়তে শিল্পী সুশীল লাহনৰ বৰগীত পৰিবেশন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৭ নবেম্বৰ ২০ঃ পোহাৰিলতা পাতত শিল্পী জয়ন্ত হাজৰিকা আৰু ড০ ভূপেন হাজৰিকাৰৰ লগতে বিভিন্ন গীতত সুৰ দি জনপ্ৰিয় হৈ পৰা শিৱসাগৰৰ জ্যেষ্ঠ শিল্পী সুশীল লাহনে এইবাৰ প্ৰাগজ্যোতিষৰ সাংবাদিকৰ সমুখত পোহাৰিলতা পাতত বৰগীত পৰিবেশন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here