প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৫ ডিচেম্বৰ ২০ঃ আজি দিনৰ ১ বজাত অসমৰ ইতিহাসত একেদিনাই সৰ্বাধিক ব্যয়েৰে পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ হ’ব
আজি কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ২৩৬৬ কোটি টকা ব্যয়ৰে ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণী কৰিব৷
Facebook Comments