ছিকিম সীমান্তত ভাৰত, চীনৰ সংঘৰ্ষঃ সেনাৰ মতে, ‘সামান্য মুখামুখি সংঘৰ্ষ, দুয়ো পক্ষৰ সমান্য আঘাত

0
1

প্ৰাগডেস্ক, ২৫ জানুৱাৰী ২১ঃ গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত আজি পুণৰ চীনা সন্য আৰু ভাৰতীয় জোৱানৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয়।

সূত্ৰভিত্তিক খৱৰ অনুসৰী, ভাৰতীয় সৈন্যসকলে পিপ’লছ লিবাৰেশ্বন আৰ্মি (পিএলএ)ৰ দ্বাৰা ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰাৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান জনোৱাত নাকুলাত এই বিবাদ সংঘটিত হৈছিল।

দুয়োপক্ষই এই শাৰীৰিক সংঘৰ্ষত আঘাত পাইছিল। কিন্তু কোনো গুলিয়াগুলী হোৱা নাছিল। পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here