….আকৌ আৰম্ভ হ’ল অসমৰ আকাশ বতাহ মুখৰিত কৰি ৰাজনৈতিক যুদ্ধ। অসমীয়াৰ ত্ৰাণকৰ্তাৰ ৰূপত নেতা-পালিনেতাৰ আবিৰ্ভাৱ।
..সাৰ পালে সেইসকলেও, যিসকলে ৰাজনৈতিক ক্ষমতালিপ্সাৰ বাবে আৰম্ভ কৰিছে বোকা চটিওৱাৰ ৰাজনীতি…।কোনে ৰাইজৰ বাবে কান্দে, কোনে কান্দে অসমৰ মাটি, খিলঞ্জীয়াৰ বাবে ….? ১২৬ টা বিধান সভাত কাৰ কেনে চকু ?
ৰাইজে বিচাৰে কেনে জনপ্ৰতিনিধি …..এই সকলোবোৰৰ নিৰ্মোহ বিশ্লেষণেৰে….প্ৰাগজ্যোতিষত ৰাজনৈতিক বিশ্লেষক মহীধৰ কলিতাৰ কলমত নিগৰিত হ’ব….১৮ ফেব্ৰুৱাৰীৰ পৰা ‘ৰণাংগণত অসমীয়াৰ ভবিষ্যত’
….কি হ’ব অসম আৰু অসমীয়াৰ ৰাজনৈতিক ভবিষ্যত ? জানিবলৈ ক্লিক্ কৰক www.pragjyotishassam.com
Facebook Comments