এমুঠি অন্নৰ বাবে বিক্রী নিজ সন্তানক! ক’ত, কিয়?

এমুঠি অন্নৰ বাবে হাহাৰাৰ কৰিছে এতিয়া আফগানিস্তানে। খাদ্যৰ বাবে আফগানিস্তানত নিজ শিশুক বিক্রী কৰিবলগীয়া হৈছে বহু পৰিয়ালে৷ শেহতীয়া এক তথ্য অনুসৰি, দেশখনৰ ৯৫ শতাংশ লোক খাদ্য সংকটত পৰিছে৷

এই মাহতে দেশখনৰ আধা জনসংখ্যা পৰিব বুলি কানাডাস্থিত সংস্থা ইণ্টাৰনেচনেল ফ’ৰাম ফৰ ৰাইটছ এণ্ড ছিকিউৰিটী প্রতিবেদনত উল্লেখ কৰিছে৷ অন্য দেশে এনে দুর্যোগৰ সময়ত আফগানিস্তানক সহায় নকৰিলে দেশখনত মানৱীয় বিপর্যয় অব্যাহত থাকিব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷
লক্ষণীয়ভাৱে পুঁজিৰ অভাৱ আৰু খাদ্যসামগ্রীৰ নাটনিয়ে যুদ্ধ–সংঘর্ষ, ক’ভিড–১৯ মহামাৰীৰ ওপৰিও এতিয়া আফগানিস্তানত সৃষ্টি কৰিছে নতুন আতংকৰ৷লক্ষণীয়ভাৱে পুঁজিৰ অভাৱ আৰু খাদ্যসামগ্রীৰ নাটনিয়ে যুদ্ধ–সংঘর্ষ, ক’ভিড–১৯ মহামাৰীৰ ওপৰিও এতিয়া আফগানিস্তানত সৃষ্টি কৰিছে নতুন আতংকৰ৷লক্ষণীয়ভাৱে পুঁজিৰ অভাৱ আৰু খাদ্যসামগ্রীৰ নাটনিয়ে যুদ্ধ–সংঘর্ষ, ক’ভিড–১৯ মহামাৰীৰ ওপৰিও এতিয়া আফগানিস্তানত সৃষ্টি কৰিছে নতুন আতংকৰ৷

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!