থাওৰা সমষ্টি পৰিদৰ্শন জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া মেঘ নিধি দাহালৰ

প্ৰাগজ্যোতিষ অসম বাৰ্তা, শিৱসাগৰৰ পৰা ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মা, ১ নৱেম্বৰ ২০২১
থাওৰা সমষ্টি পৰিদৰ্শন জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া মেঘ নিধি দাহালৰ৷
ঐতিহাসিক শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধানসভাৰ উপ- নিৰ্বাচনৰ প্ৰচাৰৰ যোৱা ২৭ অক্টোবৰৰ সন্ধিয়া ৫ বজাত অন্ত পৰাৰ পিছতেই ২৮ অক্টোবৰত শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মেঘ নিধি দাহালে থাওৰা সমষ্টিৰ অন্তৰ্গত মিলনকুৰ, শামুকজান, টেঙাপানী, কটিয়ৰী, বাম ৰজাবাৰী, বহুৱাবাৰী, পাওলিগুৰি, নিতাইপুখুৰী, ডিমৌ, আঠাবাৰী আৰু বিভিন্ন ভিতৰুৱা অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্রসমূহ পৰিদৰ্শন কৰি এইসমূহৰ পৰিৱেশ-পৰিস্থিতি আৰু সা-সুবিধাৰ বিষয়ে বিতংভাৱে বুজ লয়৷
। উপায়ুক্ত মেঘ নিধি দাহালৰ পৰিদৰ্শন কালত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন(আইপিএছ), অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ দেৱজিৎ নাথ আৰু আৰিফ আহমেদো উপস্থিত থাকে৷

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!